Download songs for Assam Sanskritik Mahasngram (অসম সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে গান ডাউনলোড কৰক)

Last Updated on:

ফৰ্ম ডাউনলোড কৰিবৰ বাবে এই পৃষ্ঠাটোৰ তলত চাওঁক । To download the Application Forms, please scroll below this page.

 

Click here to open Google drive Link

 

 

নিৰ্দেশনা: ওপৰৰ লিংকত ক্লিক কৰিলে  তলৰ ফটোত দেখাৰ দৰে দেখা পাব। তাৰ পাছত নিৰ্দিষ্ট ফল্ডাৰটোত টিপি দিলে গানবোৰ খোল খাব।

foler

তাৰ পাছত গানটোত  টিপি দিলে ওপৰত 'ডাউনলোড' বুটাম দেখা পাব। তাত টিপিলে গানটো আপোনাৰ মোবাইল বা কম্পিউটাৰলৈ ডাউনলোড কৰিব পাৰিব।

songs

তলৰ চিত্ৰত দেখুও‌ৱাৰ দৰে ৰাইট ক্লিক কৰিলেও ডাউনলোড বুটাম পাব।

downl